প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ছত্তিশগড়ৰ শিল্পী শ্ৰী শ্ৰৱণ কুমাৰ শৰ্মাৰ সৈতে প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ

प्रविष्टि तिथि: 05 JAN 2023 10:15PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত থকা তেওঁৰ বাসগৃহত ছত্তিশগড়ৰ শিল্পী শ্ৰী শ্ৰৱণ কুমাৰ শৰ্মাক সাক্ষাৎ কৰে।

শিল্পীগৰাকীয়ে তেওঁ অংকন কৰা প্ৰধানমন্ত্ৰীৰ এখন চিত্ৰ শ্ৰী মোদীৰ হাতত তুলি দিয়ে।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;

"ছত্তিশগড়ৰ প্ৰতিভাশালী শিল্পী শ্ৰী শ্ৰৱণ কুমাৰ শৰ্মাক সাক্ষাৎ কৰিলোঁ। তেওঁ বহু বছৰ ধৰি ছবি আঁকি আহিছে আৰু জনজাতীয় কলাৰ প্ৰতি অতি উৎসাহী।"

 

***

DS/ST/KG


(रिलीज़ आईडी: 1889371) आगंतुक पटल : 160
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Bengali , Kannada , English , Urdu , Marathi , हिन्दी , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Malayalam