প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰকাশ পূৰ্ব উপলক্ষে শ্ৰী গুৰু গোবিন্দ সিং জীক প্ৰণাম জনাইছে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
29 DEC 2022 10:03AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ পৰ্ব উপলক্ষে শ্ৰী গুৰু গোবিন্দ সিং জীক প্ৰণাম জনাইছে।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰি এইদৰে কয়,‘শ্রী গুৰু গোবিন্দ সিং জীক প্রকাশ পৰ্বৰ শুভ উপলক্ষত প্রণাম জনাইছোঁ আৰু মানৱতাৰ সেৱাত তেওঁৰ অৱদানক স্মৰণ কৰিছোঁ৷ তেওঁৰ অতুলনীয় সাহসে মানুহক সদায় অনুপ্ৰাণিত কৰিব।
***
DS/ST/MS
(ৰিলিজ আই ডি : 1887710)
অতিথি কক্ষ : 168
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam