প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ধনু যাত্রা আৰম্ভ হোৱাৰ বাবে সকলোকে শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

Posted On: 27 DEC 2022 8:52PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ধনু যাত্রা আৰম্ভ হোৱাৰ বাবে সকলোকে শুভেচ্ছা জনাইছে৷ ধনু যাত্রা ওড়িশাৰ সংস্কৃতিৰ সৈতে জড়িত৷

এক টুইটযোগে প্রধানমন্ত্রীয়ে কয়,

“বৰ্ণাঢ্য ধনু যাত্রা ওড়িশাৰ সংস্কৃতিৰ সৈতে জড়িত। এই যাত্রা আৰম্ভ হোৱাৰ বাবে মই সকলোকে শুভেচ্ছা জনাইছো। ধনু যাত্রাই আমাৰ সমাজলৈ সম্প্রীতি আৰু আনন্দৰ বার্তা কঢ়িয়াই আনক।”

***

DS/ST/DB



(Release ID: 1887698) Visitor Counter : 97