প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
‘মন কী বাত কুইজ’ত অংশগ্ৰহণৰ আহ্বান প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
29 NOV 2022 6:00PM by PIB Guwahati
‘মন কী বাত’ৰ শেহতীয়া খণ্ডত সমূহীয়া প্ৰয়াসৰ লগতে সামৰি লোৱা অন্যান্য বিষয়বস্তুসমূহৰ সন্দৰ্ভত অনুষ্ঠিতব্য ‘কুইজ’ত ভাগ লোৱাৰ বাবে সকলোৰে প্ৰতি আহ্বান জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী কৰা টুইটত কয়;
“এই মাহৰ ‘মন কী বাত’ত আমি সমূহীয়া প্ৰয়াসৰ বহু কথা-বতৰাকে ধৰি বহুবোৰ বিষয়বস্তু সামৰি লৈছিলো। ‘নমো এপ্’-ত এই সন্দৰ্ভত অনুষ্ঠিতব্য ‘মন কী বাত কুইজ’ত নিশ্চয় অংশগ্ৰহণ কৰিব”।
***
DS/KB
(रिलीज़ आईडी: 1879905)
आगंतुक पटल : 195
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
Telugu
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Malayalam