প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

‘লাচিত দিৱস’ত জনসাধাৰণলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

পোষ্ট কৰা হৈছে: 24 NOV 2022 11:09AM by PIB Guwahati

লাচিত দিৱস উপলক্ষে জনসাধাৰণলৈ শুভকামনা জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

এই সন্দৰ্ভত প্ৰকাশ কৰা এক টুইটত প্ৰধানমন্ত্ৰীয়ে কয়;

লাচিত দিৱসত শুভকামনা জনাইছোঁ। এইবেলিৰ লাচিত দিৱসয়ে বিশেষ তাত্পৰ্য বহণ কৰিছে, কিয়নো এইবেলি আমি মহান লাচিত বৰফুকনৰ ৪০০ সংখ্যক জয়ন্তী উদযাপন কৰিছোঁ। তেওঁ অতুলনীয় সাহসৰ প্ৰতীক আছিল। তেওঁ জনসাধাৰণৰ মংগলক সৰ্বোপৰি বুলি গণ্য কৰিছিল আৰু এগৰাকী ন্যায়পৰায়ণ দূৰদৃষ্টি সম্পন্ন নায়ক আছিল

***

DS/SH/KB


(ৰিলিজ আই ডি : 1878492) অতিথি কক্ষ : 191