প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মন কী বাতলৈ চিন্তা আৰু পৰামৰ্শৰ আহ্বান প্ৰধানমন্ত্ৰীৰ

Posted On: 13 NOV 2022 9:51PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক ২৭ নৱেম্বৰ, ২০২২ ৰ পুৱা ১১ বজাত অনুষ্ঠিতব্য মন কী বাতৰ আগন্তুক খণ্ডটোলৈ চিন্তা আৰু পৰামৰ্শৰাজি শ্বেয়াৰৰ আহ্বান জনাইছে। জনসাধাৰণে এই চিন্তাসমূহ মাইগভ, নমো এপত শ্বেয়াৰ বা তেওঁলোকৰ বাৰ্তা ৰেকৰ্ড কৰিবলৈ 1800-11-7800 নম্বৰত ডায়েল কৰিব পাৰিব।

এই সন্দৰ্ভত মাইগভৰ আহ্বান শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এইবুলি টুইট কৰে;

"মই ২৭ নৱেম্বৰত অনুষ্ঠিতব্য এই মাহৰ #MannKiBaat ৰ বাবে আপোনালোকৰ অন্তৰ্দৃষ্টিসম্পন্ন চিন্তা আৰু পৰামৰ্শৰাজি শুনিবলৈ আগ্ৰহী হৈ উঠিছো। সেয়ে এয়া মাইগভ, নমো এপত শ্বেয়াৰ বা 1800-11-7800 ত ডায়েল কৰি আপোনাৰ বাৰ্তা ৰেকৰ্ড কৰিব।"

 

***

DS/SH/SB



(Release ID: 1876389) Visitor Counter : 89