প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ডঃ তেমচুলা আওৰ মৃত্যুত শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
10 OCT 2022 11:31AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডঃ তেমচুলা আওৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। ডঃ তেমচুলা আও-এ তেওঁৰ সাহিত্য কৰ্মৰ জৰিয়তে বিস্ময়কৰ নাগা সংস্কৃতিক জনপ্ৰিয় কৰাত অগ্ৰণী ভূমিকা পালন কৰিছিল।
প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে;
"ডঃ তেমচুলা আওৰ গভীৰভাৱে ব্যথিত। আও-এ তেওঁৰ সাহিত্য কৰ্মৰ জৰিয়তে বিস্ময়কৰ নাগা সংস্কৃতিক জনপ্ৰিয় কৰি তোলাত অগ্ৰণী ভূমিকা পালন কৰিছিল। শিক্ষা আৰু সংস্কৃতিৰ ক্ষেত্ৰত তেওঁৰ ভূমিকা বিশেষভাৱে উল্লেখযোগ্য আছিল। তেওঁৰ পৰিয়াল আৰু বন্ধুবৰ্গৰ প্ৰতি সমবেদনা জনাইছোঁ। তেওঁৰ বিদহী আত্মাই শান্তি লাভ কৰক।"
***
DS/TS/KG
(ৰিলিজ আই ডি : 1866743)
অতিথি কক্ষ : 199
ত এই ৰিলিজটো পঢ়ক:
Marathi
,
English
,
Urdu
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam