প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ৰাষ্ট্ৰীয় ক্ৰীড়াত অংশগ্ৰহণকাৰীসকলৰ মাজত গৰবাৰ জনপ্ৰিয়তা অৰ্জনত প্ৰধানমন্ত্ৰীৰ সন্তোষ

प्रविष्टि तिथि: 04 OCT 2022 3:51PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ক্ৰীড়া সমাৰোহে খেলুৱৈসকলক বৈচিত্ৰময় সংস্কৃতিৰে পৰিচয় হোৱাৰ সুযোগ প্ৰদান কৰে।

ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ এটা টুইটৰ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰে।

“ক্ৰীড়া সমাৰোহসমূহ আকৰ্ষণীয় কিয়নো এইসমূহে খেলুৱৈসকলক বৈচিত্ৰময় সংস্কৃতিৰে পৰিচয় হোৱাৰ সুযোগ প্ৰদান কৰে। ৰাষ্ট্ৰীয় ক্ৰীড়াত অংশগ্ৰহণকাৰীসকলৰ মাজত গৰবাৰ জনপ্ৰিয়তা লাভ প্ৰত্যক্ষ কৰি সন্তোষ পাইছো।”

 

***

DS/SB


(रिलीज़ आईडी: 1865765) आगंतुक पटल : 144
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam