প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
সমগ্ৰ বিশ্বৰ ইহুদী লোকসকলক ৰোচে হাছানাহৰ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
25 SEP 2022 6:23PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইজৰাইলৰ প্ৰধানমন্ত্ৰী য়াইৰ লাপিদ, ইজৰাইলৰ বন্ধুত্বপূৰ্ণ লোক আৰু সমগ্ৰ বিশ্বৰ ইহুদী লোকসকলক ৰোশ হাছানাহ উপলক্ষে উষ্ম শুভেচ্ছা জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে এক টুইটযোগে কয়;
"মোৰ বন্ধু @yairlapid, ইজৰাইলৰ বন্ধুত্বপূৰ্ণ লোকসকল আৰু সমগ্ৰ বিশ্বৰ ইহুদী সম্প্ৰদায়ৰ প্ৰতি আন্তৰিক শুভেচ্ছা জনাইছো, ৰোশ হাছানাহৰ ওপৰত। নতুন বছৰটোৱে সকলোৰে বাবে সুস্বাস্থ্য, শান্তি আৰু সমৃদ্ধি আনিব পাৰে। শানা তোৱা!"
***
DS/ST/RD
(रिलीज़ आईडी: 1864444)
आगंतुक पटल : 133
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Telugu
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Kannada
,
Malayalam