প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
'কৰ্তব্য'ৰ মনোভাৱক সামৰি লোৱা স্বেচ্ছাসেৱকৰ দ্বাৰা প্ৰস্তুত কৰা ভিডিঅ' শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
29 SEP 2022 10:12AM by PIB Guwahati
প্ৰধানমন্ত্ৰীৰ জন্মদিন ‘সেৱা সপ্তাহ’ হিচাপে পালন কৰাৰ উপলক্ষে স্বেচ্ছাসেৱকসকলে প্ৰস্তুত কৰা এক আকৰ্ষণীয় ভিডিঅ’ শ্বেয়াৰ কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। ভিডিঅ’টোত প্ৰধানমন্ত্ৰীয়ে মূৰ্ত কৰি তোলা ‘কৰ্তব্য’ৰ মনোভাৱক সামৰি লৈছে।
মোদী ষ্ট’ৰী বুলি উদ্ধৃতি দি প্ৰধানমন্ত্ৰীয়ে টুইটযোগে কয়;
“১০০শতাংশ প্ৰশংসনীয় সৃষ্টিশীলতা! চিতাৰ পৰা পৰিষ্কাৰ-পৰিচ্ছন্নতালৈকে আপোনালোকে সকলো দিশ সামৰি লৈছে।”
***
DS/TS/DB
(रिलीज़ आईडी: 1863709)
आगंतुक पटल : 176
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Manipuri
,
Telugu
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Kannada
,
Malayalam