প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে এংগোলাৰ ৰাষ্ট্ৰপতি হিচাপে পুনৰ নিৰ্বাচিত হোৱা জোয়াও মানুৱেল গনকেলভছ লৌৰেংকোক অভিনন্দন জনাইছে

प्रविष्टि तिथि: 15 SEP 2022 4:14PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এংগোলাৰ ৰাষ্ট্ৰপতি হিচাপে পুনৰ নিৰ্বাচিত হোৱা জোয়াও মানুৱেল গনকেলভছ লৌৰেংকোক অভিনন্দন জ্ঞাপন কৰে।

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

"এংগোলাৰ ৰাষ্ট্ৰপতি হিচাপে পুনৰ নিৰ্বাচিত হোৱা জোয়াও মানুৱেল গনকেলভছ লৌৰেংকোক@jlprdeangola অভিনন্দন জনাইছো। আমাৰ দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ বাবে মই একেলগে কাম কৰাৰ বাবে আশাবাদী।"

***

DS/SH/MANN


(रिलीज़ आईडी: 1860453) आगंतुक पटल : 157
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam