প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

শ্ৰীমতী ছোনিয়া গান্ধীৰ মাতৃৰ মৃত্যুত শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

Posted On: 31 AUG 2022 8:06PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰীমতী ছোনিয়া গান্ধীৰ মাতৃ শ্ৰীমতী পাওলা মাইনোৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰে:

"ছোনিয়া গান্ধীজীৰ মাতৃ পাওলা মাইনোৰ মৃত্যুত মোৰ সমবেদনা। ঈশ্বৰে তেওঁৰ আত্মাক শান্তি দিয়ক। এই দুখৰ সময়ত, মোৰ সমবেদনা গোটেই পৰিয়ালটোৰ সৈতে আছে। '

***

DS/AK/RD



(Release ID: 1857690) Visitor Counter : 106