প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
শ্ৰী চাইৰাছ মিস্ত্ৰীৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক
Posted On:
04 SEP 2022 6:06PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী চাইৰাছ মিস্ত্ৰীৰ অকাল বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে৷ শ্ৰী মোদীয়ে কয় যে তেওঁ এগৰাকী প্ৰতিশ্ৰুতিসম্পন্ন ব্যৱসায়িক মুৰব্বী আছিল, যিগৰাকীয়ে ভাৰতৰ অৰ্থনীতিৰ কৌশলত বিশ্বাস কৰিছিল৷
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়,
“শ্ৰী চাইৰাছ মিস্ত্ৰীৰ অকাল বিয়োগত হতবাক হৈছো৷ তেওঁ এগৰাকী প্ৰতিশ্ৰুতিসম্পন্ন ব্যৱসায়িক মুৰব্বী আছিল, যিগৰাকীয়ে ভাৰতৰ অৰ্থনীতিৰ কৌশলত বিশ্বাস কৰিছিল৷ তেওঁ বিয়োগ বিশ্বৰ বাণিজ্য আৰু উদ্যোগৰ বাবে এক বৃহৎ ক্ষতি৷ তেওঁ পৰিয়াল আৰু বন্ধুবৰ্গৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো৷ তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰিলো৷”
***
DS/SH/DB
(Release ID: 1857090)
Visitor Counter : 145
Read this release in:
Kannada
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam