প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্রধানমন্ত্রীয়ে শ্ৰী পীয়ুষ গোয়েলৰ বাসভৱনত গণেশ চতুৰ্থীত অংশগ্ৰহণ কৰে
Posted On:
31 AUG 2022 10:50PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী পীয়ুষ গোয়েলৰ বাসভৱনত গণেশ চতুৰ্থী উদযাপনত অংশগ্ৰহণ কৰে ।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰিছে:
"গণেশ চতুৰ্থীৰ পৱিত্ৰ উপলক্ষত, মোৰ সতীৰ্থ @PiyushGoyal জীৰ বাসভৱনৰ কাৰ্যক্ৰমলৈ গ'লো।
ভগৱান শ্ৰী গণেশৰ আশীষ আমাৰ ওপৰত যেন সদায়ে থাকে।"
***
DS/AK
(Release ID: 1856017)
Visitor Counter : 145
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam