প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

২০২২ৰ ২৮ আগষ্টত 'মন কি বাত' অনুষ্ঠানৰ ওপৰত ভিত্তি কৰি নমো এপত আয়োজিত কুইজত অংশগ্ৰহণ কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায় প্ৰধানমন্ত্ৰীয়ে

Posted On: 28 AUG 2022 9:27PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ আগষ্ট ২০২২ তাৰিখে নমো এপত 'মন কি বাত'ৰ ওপৰত আধাৰিত কুইজত অংশগ্ৰহণ কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনাইছে৷ ৩১ আগষ্ট বুধবাৰলৈকে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব৷

প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে;

"#MannKiBaatৰ আজিৰ খণ্ডটোৰ ওপৰত ভিত্তি কৰি আয়োজিত কুইজত আপোনাসৱে অংশগ্ৰহণ কৰিছে নে?"

 

***

DS/ST/KG



(Release ID: 1855709) Visitor Counter : 96