প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে শ্ৰী অৰবিন্দক তেওঁৰ জয়ন্তীত স্মৰণ কৰে

प्रविष्टि तिथि: 15 AUG 2022 3:52PM by PIB Guwahati

আজি শ্ৰী অৰবিন্দক তেওঁৰ জয়ন্তীত স্মৰণ কৰি, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে শ্ৰী অৰবিন্দ "এজন তীক্ষ্ণ বুদ্ধিসম্পন্ন ব্যক্তি আছিল, যাৰ ওচৰত আমাৰ ৰাষ্ট্ৰৰ বাবে এটা স্পষ্ট দৃষ্টিভংগী আছিল। শিক্ষা, বৌদ্ধিক দক্ষতা আৰু শক্তিৰ ওপৰত থকা তেওঁৰ গুৰুত্বই আমাক সদায়েই অনুপ্ৰাণিত কৰি থাকিব।"

প্ৰধানমন্ত্ৰীয়ে টুইট কৰিছে:

"আজি শ্ৰী অৰবিন্দৰ জয়ন্তী। তেওঁ এজন তীক্ষ্ণ বুদ্ধিসম্পন্ন ব্যক্তি আছিল, যাৰ ওচৰত আমাৰ ৰাষ্ট্ৰৰ বাবে এটা স্পষ্ট দৃষ্টিভংগী আছিল। শিক্ষা, বৌদ্ধিক দক্ষতা আৰু শক্তিৰ ওপৰত থকা তেওঁৰ গুৰুত্বই আমাক সদায়েই অনুপ্ৰাণিত কৰি থাকিব। পুডুচেৰী আৰু তামিলনাডুত তেওঁৰ সৈতে জড়িত কিছুমান স্থানৰ মোৰ ভ্ৰমনৰ কেইখনমান ছবি শ্বেয়াৰ কৰিছো।"

"#MannKiBaat ৰ এটা এপিছোডত মই শ্ৰী অৰবিন্দৰ চিন্তাৰ মহানতা আৰু তেওঁ আমাক আত্মনিৰ্ভৰতা তথা জ্ঞান প্ৰাপ্তিৰ বিষয়ে কি শিক্ষা দিছে, তাৰ ওপৰতো আলোকপাত কৰিছিলো।"

 

**********

DS/SH


(रिलीज़ आईडी: 1852198) आगंतुक पटल : 198
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam