প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে ড০ এইচ ভি হাণ্ডেৰ আবেগক প্ৰশংসা কৰে যিয়ে স্বাধীনতা ঘোষণা কৰা ৭৫ বছৰ পুৰণি বাতৰি কাকতখন সাঁচি ৰাখিছিল

प्रविष्टि तिथि: 14 AUG 2022 10:18PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ড০ এইচ ভি হাণ্ডেৰ আবেগক প্ৰশংসা কৰে, যিয়ে স্বাধীনতা ঘোষণা কৰা ৭৫ বছৰ পুৰণি বাতৰি কাকতখন দেখুৱাই টুইট কৰিছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে ড০ এইচ ভি হান্দেজীৰ দৰে লোকসকল উল্লেখযোগ্য লোক যিয়ে ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছে।

'আজাদী কা অমৃত মহোৎসৱ'ৰ বাবে কৰা টুইটত হাণ্ডেৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;

"ড০ এইচ ভি হাণ্ডেজীৰ দৰে লোকসকল উল্লেখযোগ্য ব্যক্তি যিয়ে ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছে। তেওঁলোকৰ শক্তি আৰু আবেগ দেখি আনন্দিত। @DrHVHande1"

***

DS/SH/RD


(रिलीज़ आईडी: 1852185) आगंतुक पटल : 145
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam