প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ৰূপৰ পদক অৰ্জন কৰা ভাৰতীয় পুৰুষৰ হকী দলক লৈ গৌৰৱান্বিত প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 08 AUG 2022 8:02PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰ্মিংহাম চিডব্লিউজি, ২০২২ ত ৰূপৰ পদক অৰ্জন কৰা ভাৰতীয় পুৰুষৰ হকী দলটোক অভিনন্দন জনাইছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এইবুলি টুইট কৰে;

"চিডব্লিউজি এক উৎসাহজনক প্ৰদৰ্শন আৰু ৰূপৰ পদক লাভৰ বাবে পুৰুষৰ হকী দলটোক লৈ গৌৰৱান্বিত। এই দলটোৱে আগন্তুক সময়তো ভাৰতক গৌৰৱান্বিত আৰু লগতে যুৱক-যুৱতীসকলক হকীৰ প্ৰতি অনুপ্ৰাণিত কৰিব বুলি মই নিশ্চিত। #Cheer4India"

*****

DS/ST/SB


(रिलीज़ आईडी: 1851175) आगंतुक पटल : 164
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam