প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

পুৰুষৰ ডাবলছ টেবুল টেনিছত ৰূপৰ পদক জয়ৰ বাবে শৰথ কমল আৰু সাথিয়ান জ্ঞানচেকৰণক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 07 AUG 2022 10:00PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ বৰ্ষৰ বাৰ্মিংহাম কমনৱেল্থ গেমছৰ পুৰুষৰ ডাবলছ টেবুল টেনিছত ৰূপৰ পদক জয়ৰ বাবে শৰথ কমল আৰু সাথিয়ান জ্ঞানছেকৰণক অভিনন্দন জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে টুইটযোগে কয়,

“দলীয় কামৰ বাবে অধিক শক্তি! পুৰুষৰ ডাবলছ ইভেণ্টত @sharathkamal1 আৰু @sathiyantt ৰ গতিশীল দলটোৱে ৰূপৰ পদক লাভ কৰিছে। এই প্ৰতিভাশালী খেলুৱৈসকললৈ শুভেচ্ছা জ্ঞাপন কৰিলো।”#Cheer4India"

****

DS/ST/DB


(ৰিলিজ আই ডি : 1849721) অতিথি কক্ষ : 157