প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
কমনৱেলথ গেমছ ২০২২ত ৫৭ কিলোগ্ৰাম কুস্তিত ৰূপৰ পদক জয় কৰা অংশু মালিকক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
Posted On:
05 AUG 2022 11:02PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কমনৱেলথ গেমছ ২০২২ত অনুষ্ঠিত ৫৭ কিলোগ্ৰাম কুস্তি প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে অংশু মালিকক অভিনন্দন জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;
"অংশু মালিকক তেওঁৰ জন্মদিনত মল্লযুদ্ধত ৰূপৰ পদক জয় কৰাৰ বাবে অভিনন্দন জনাইছো। ভৱিষ্যতৰ খেলসমূহত তেওঁৰ সফলতাৰ বাবে তেওঁলৈ মোৰ শুভেচ্ছা। ক্ৰীড়াৰ প্ৰতি তেওঁৰ আগ্ৰহে ভৱিষ্যতৰ খেলুৱৈসকলক অনুপ্ৰাণিত কৰিব।''
***
DS/TS/AK/RD
(Release ID: 1849579)
Read this release in:
English
,
Urdu
,
Hindi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam