প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বাধিক উন্নয়নৰ বাবে পৰিৱৰ্তনশীল পদক্ষেপ সমূহ ভাগ বতৰা কৰে প্ৰধানমন্ত্ৰীয়ে - 'উত্তৰ-পূৱ কল্যাণৰ ৮ বছৰ'
Posted On:
13 JUN 2022 11:10AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা আঠ বছৰত উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বাঙ্গীন উন্নয়নৰ বাবে পৰিৱৰ্তনশীল পদক্ষেপৰ ওপৰত তেওঁৰ ৱেবছাইট, নমো এপ আৰু মাইগভৰ পৰা প্ৰবন্ধ আৰু টুইট থ্ৰেড শ্বেয়াৰ কৰিছে।
প্ৰধানমন্ত্ৰীয়ে এক টুইটযোগে কয়:
"যোৱা ৮ বছৰত উত্তৰ-পূৰ্বাঞ্চলত অভূতপূৰ্ব উন্নয়ন হৈছে। আন্তঃগাঁথনি নিৰ্মাণ, উন্নত স্বাস্থ্যসেৱা, শিক্ষা নিশ্চিত কৰা আৰু অঞ্চলটোৰ বিভিন্ন ৰাজ্যৰ সমৃদ্ধ সংস্কৃতিজনপ্ৰিয় কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। ৮ বছৰৰ #পূৰ্বোত্তৰৰ কল্যাণ।"
"উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বাধিক উন্নয়নৰ বাবে পৰিৱৰ্তনশীল পদক্ষেপ।" #8YearsOfPurvottarKalyan”
***
DS/RD
(Release ID: 1835033)
Visitor Counter : 142
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam