প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

‘আকাংক্ষী মধ্যবিত্ত শ্ৰেণীৰ ৮ বছৰ’ সন্দৰ্ভত লেখা আৰু টুইটাৰ থ্ৰেড শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ

Posted On: 07 JUN 2022 9:16PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্যবিত্ত শ্ৰেণীটোৰ সপোনৰাজি পৰিপূৰণৰ অৰ্থে ভাৰত চৰকাৰখনৰ কৰ্মৰাজি সম্পৰ্কে তেখেতৰ ৱেবছাইট narendramodi.in ৰপৰা লেখা শ্বেয়াৰ কৰিছে। এই বিষয়তে তেখেতে মাইগভ (MyGov) ৰ এটা টুইট থ্ৰেডো শ্বেয়াৰ কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এইবুলি টুইট কৰেঃ

“আমাৰ মধ্যবিত্ত শ্ৰেণীৰ সপোনৰাজি পৰিপূৰণৰ অৰ্থে ভাৰত চৰকাৰখনৰ কৰ্মৰাজি সম্পৰ্কে ইয়াত এলানি তথ্যসমৃদ্ধ লেখা সন্নিৱিষ্ট কৰা হৈছে। #8YearsOfAspirationalMiddleClass”

“যোৱা ৮ টা বছৰত ‘ইজ অৱ লিঙিং’ ৰ অগ্ৰগতি সন্দৰ্ভত এটি বিস্তৃত থ্ৰেড আগবঢ়োৱা হৈছে। #8YearsOfAspirationalMiddleClass”

 

***

DS/SB



(Release ID: 1833494) Visitor Counter : 116