প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে পুৱা ৯:৩০ বজাত ভাৰতীয় দলৰ সৈতে বাৰ্তালাপ কৰিব

प्रविष्टि तिथि: 21 MAY 2022 9:05AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পুৱা ৯:৩০ বজাত ভাৰতীয় দলটোৰ সৈতে মত-বিনিময় কৰিব। তেওঁ কয় যে এই ভাৰতীয় দলটোৱে ইতিহাস সৃষ্টি কৰিছে আৰু প্ৰতিজন ভাৰতীয়ৰ মুখত হাঁহি আনিছে।

 

প্ৰধানমন্ত্ৰীয়ে টুইট কৰে:

"আজি পুৱা ৯:৩০ বজাত Deaflympics ভাৰতীয় দলৰ সৈতে মত বিনিময় কৰিম। এই সমগ্ৰ ভাৰতীয় দলটোৱে ইতিহাস সৃষ্টি কৰিছে আৰু প্ৰতিজন ভাৰতীয়ৰ মুখত হাঁহি আনিছে।"

 

***

DS/ST/RD


(रिलीज़ आईडी: 1828455) आगंतुक पटल : 150
इस विज्ञप्ति को इन भाषाओं में पढ़ें: हिन्दी , English , Urdu , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam