প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে ২৯ মে, ২০২২ তাৰিখে মন কী বাতৰ বাবে তথ্য ভাগ বতৰা কৰিবলৈ সকলোকে আমন্ত্ৰণ জনাইছে

Posted On: 13 MAY 2022 9:31AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৯ মে, ২০২২ তাৰিখে মন কী বাতৰ বাবে তথ্য ভাগ-বতৰা কৰিবলৈ সকলোকে আমন্ত্ৰণ জনাইছে।

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

"মই আপোনালোক সকলোকে এই মাহৰ ২৯ তাৰিখে অনুষ্ঠিত হ’বলগীয়া #MannKiBaat বাবে আপোনালোকৰ তথ্য ভাগ বতৰা কৰিবলৈ আমন্ত্ৰণ জনাইছো। মই নমো এপ আৰু মাইগভত আপোনালোকৰ মন্তব্যৰ বাবে অপেক্ষা কৰি আছো। আপোনালোকে আপোনালোকৰ বাৰ্তা ১৮০০-১১-৭৮০০ ৰেকৰ্ড কৰিব পাৰে।"

***

DS/SH/MANN



(Release ID: 1825652) Visitor Counter : 120