পোষ্ট কৰা হৈছে:
13 MAY 2022 9:31AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৯ মে, ২০২২ তাৰিখে মন কী বাতৰ বাবে তথ্য ভাগ-বতৰা কৰিবলৈ সকলোকে আমন্ত্ৰণ জনাইছে।
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;
"মই আপোনালোক সকলোকে এই মাহৰ ২৯ তাৰিখে অনুষ্ঠিত হ’বলগীয়া #MannKiBaat বাবে আপোনালোকৰ তথ্য ভাগ বতৰা কৰিবলৈ আমন্ত্ৰণ জনাইছো। মই নমো এপ আৰু মাইগভত আপোনালোকৰ মন্তব্যৰ বাবে অপেক্ষা কৰি আছো। আপোনালোকে আপোনালোকৰ বাৰ্তা ১৮০০-১১-৭৮০০ ত ৰেকৰ্ড কৰিব পাৰে।"
***
DS/SH/MANN