প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
                
                
                
                
                
                    
                    
                        বিশিষ্ট সাহিত্যিক ড০ ৰজত কুমাৰ কৰৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক
                    
                    
                        
                    
                
                
                    Posted On:
                08 MAY 2022 10:01PM by PIB Guwahati
                
                
                
                
                
                
                প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশিষ্ট সাহিত্যিক ড০ ৰজত কুমাৰ কৰৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে৷
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “ড০ ৰজত কুমাৰ কৰ সাংস্কৃতিক জগতৰ এগৰাকী পুৰোধা ব্যক্তি আছিল৷ ৰথযাত্রা সম্পর্কে বিভিন্ন বিষয়ক লৈ তেওঁ যিদৰে লিখিছে আৰু পালা সংস্কৃতিৰ পুনৰুজ্জীৱিতকৰণৰ বাবে যি ভূমিকা পালন কৰিছে, তাৰ জৰিয়তে তেওঁৰ বহুমুখী প্রতিভা প্রতিফলিত হৈছে৷ তেওঁৰ বিয়োগত মই মৰ্মাহত হৈছো৷ ড০ কৰৰ পৰিয়ালৰ লগতে তেওঁৰ গুণমুগ্ধসকলৰ প্ৰতি মই সমবেদনা জনাইছো৷ ওঁ শান্তি।”
***
DS/SH/DB
                
                
                
                
                
                (Release ID: 1824349)
                Visitor Counter : 140
                
                
                
                    
                
                
                    
                
                Read this release in: 
                
                        
                        
                            English 
                    
                        ,
                    
                        
                        
                            Urdu 
                    
                        ,
                    
                        
                        
                            हिन्दी 
                    
                        ,
                    
                        
                        
                            Marathi 
                    
                        ,
                    
                        
                        
                            Manipuri 
                    
                        ,
                    
                        
                        
                            Bengali 
                    
                        ,
                    
                        
                        
                            Punjabi 
                    
                        ,
                    
                        
                        
                            Gujarati 
                    
                        ,
                    
                        
                        
                            Odia 
                    
                        ,
                    
                        
                        
                            Tamil 
                    
                        ,
                    
                        
                        
                            Telugu 
                    
                        ,
                    
                        
                        
                            Kannada 
                    
                        ,
                    
                        
                        
                            Malayalam