প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

বিভিন্ন চৰকাৰী আঁচনিৰ জনজাতীয় হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপৰ এটা ভিডিঅ' শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 21 APR 2022 11:52AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিভিন্ন চৰকাৰী আঁচনিৰ জনজাতীয় হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপৰ এটা ভিডিঅ' শ্বেয়াৰ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে;

"বিভিন্ন চৰকাৰী আঁচনিৰ জনজাতীয় হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰাৰ পিছত মই অতি আনন্দিত হৈ পৰিছিলোঁ। বিগত কেইবছৰমানত তেওঁলোকৰ জীৱন ধাৰণ সহজ কৰি তোলা হৈছে।

অনুগ্ৰহ কৰি এই ভিডিঅ'টো চাওক..."

 

***

DS/ST/KG


(रिलीज़ आईडी: 1818966) आगंतुक पटल : 170
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam