প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মুদ্ৰা যোজনাই অগণন ভাৰতীয়ক ঔদ্যোগিক দক্ষতা প্ৰদৰ্শন কৰাৰ আৰু চাকৰি সৃষ্টিকৰ্তা হোৱাৰ সুযোগ প্ৰদান কৰিছে: প্ৰধানমন্ত্ৰী
प्रविष्टि तिथि:
08 APR 2022 6:31PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা মুকলি হোৱাৰ পিছৰে পৰা ই যোৱা সাত বছৰৰ ভিতৰত অগণন ভাৰতীয়ক তেওঁলোকৰ ঔদ্যোগিক দক্ষতা প্ৰদৰ্শন কৰাৰ আৰু চাকৰি সৃষ্টিকৰ্তা হোৱাৰ সুযোগ প্ৰদান কৰিছে।
তেওঁ কয় যে এই সাত বছৰত মুদ্ৰা যোজনা এক গেম চেঞ্জাৰ হিচাপে পৰিগণিত হৈছে আৰু ই মৰ্যাদাৰ লগতে সমৃদ্ধি বৃদ্ধি কৰিছে।
MyGovIndiaৰ এটা টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয় কৰে;
" #FundingTheUnfunded নীতিৰ দ্বাৰা অনু্প্ৰাণিত হৈ মুদ্ৰা যোজনাই অগণন ভাৰতীয়ক তেওঁলোকৰ ঔদ্যোগিক দক্ষতা প্ৰদৰ্শন কৰাৰ আৰু চাকৰি সৃষ্টিকৰ্তা হোৱাৰ সুযোগ প্ৰদান কৰিছে। এই সাত বছৰত মুদ্ৰা যোজনা এক গেম চেঞ্জাৰ হিচাপে পৰিগণিত হৈছে আৰু ই মৰ্যাদাৰ লগতে সমৃদ্ধি বৃদ্ধি কৰিছে।"
***
DS/ST/MS
(रिलीज़ आईडी: 1818203)
आगंतुक पटल : 162
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam