প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মাধৱপুৰ মেলাক ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰ্যৰ এক অনন্য উদযাপন বুলি বৰ্ণনা প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
10 APR 2022 1:14PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে 'মন কি বাত' কাৰ্যসূচীৰ এটা ক্লিপ শ্বেয়াৰ কৰিছে য'ত তেওঁ মাধৱপুৰ মেলাক ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰ্য আৰু জীৱন্ততাৰ এক অনন্য উদযাপন বুলি বিতংভাৱে বৰ্ণনা কৰিছে।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰে:
"মাধৱপুৰ মেলাৰ আৰম্ভণিৰ লগে লগে মই যোৱা মাহত #মনকীবাত ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰ্য আৰু জীৱন্ততাৰ এই অনন্য উদযাপনৰ বিষয়ে কোৱা কথাবোৰ ভাগ বতৰা কৰিছো। "
প্ৰধানমন্ত্ৰীয়ে গুজৰাট পৰ্যটনৰ পৰা মেলাৰ বিষয়বস্তু আৰু আনন্দময় মনোভাৱসম্পৰ্কে এটা টুইটও শ্বেয়াৰ কৰে।
***
DS/RD
(रिलीज़ आईडी: 1817388)
आगंतुक पटल : 181
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam