প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে জনসাধাৰণক মহাবীৰ জয়ন্তীৰ শুভেচ্ছা জনায়
प्रविष्टि तिथि:
14 APR 2022 9:37AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সকলো জনসাধাৰণক মহাবীৰ জয়ন্তীৰ শুভেচ্ছা জনাইছে। শ্ৰী মোদীয়ে ভগৱান মহাবীৰৰ সদুপদেশ, বিশেষকৈ শান্তি, কৰুণা আৰু ভ্ৰাতৃত্বৰ উপদেশৰ স্মৰণ কৰে।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰিছে:
"মহাবীৰ জয়ন্তীৰ পৱিত্ৰ উপলক্ষত শুভেচ্ছা।
ভগৱান মহাবীৰৰ শাশ্বত উপদেশ আৰু প্ৰাণী-দয়াৰ বাবে তেওঁৰ আহ্বান সমতাবাদী তথা কৰুণাময়ী সমাজৰ ৰচনাত সহায়ক হ'ব পাৰে।
মই কামনা কৰো যে ভগৱান মহাবীৰৰ আশীৰ্বাদে আমাৰ সমাজত শান্তি আৰু ভ্ৰাতৃত্বৰ ভাবনা আৰু বৃদ্ধি কৰক।"
***
DS/ST
(रिलीज़ आईडी: 1817171)
आगंतुक पटल : 191
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam