প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ছুইচ অপেন ২০২২ ত বিজয় সাব্যস্ত কৰাৰ বাবে শ্বাটলাৰ পি ভি সিন্ধুক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

Posted On: 27 MAR 2022 7:53PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় শ্বাটলাৰ পি ভি সিন্ধুক ছুইচ অপেন ২০২২ত বিজয় সাব্যস্ত কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে।

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

"ছুইচ অপেন ২০২২ত বিজয়ী হোৱা বাবে পি ভি সিন্ধুক অভিনন্দন। তেওঁৰ সফলতাই ভাৰতৰ যুৱ প্ৰজন্মক অনুপ্ৰাণিত কৰিব। তেওঁৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে শুভকামনা জনাইছোঁ।"

 

 ***

DS/ST/KG



(Release ID: 1811795) Visitor Counter : 122