প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে ‘মন কী বাত’ত আলোকপাত কৰা নাৰী শক্তিৰ প্ৰসংগ শ্বেয়াৰ কৰে
পোষ্ট কৰা হৈছে:
08 MAR 2022 1:48PM by PIB Guwahati
ধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে ‘মন কী বাত’ত পূৰ্বে আলোকপাত কৰা নাৰী শক্তিৰ প্ৰসংগ পুনৰ শ্বেয়াৰ কৰে। মন কী বাতৰ সেই অনুষ্ঠানসমূহত তেওঁৰ মহিলা সৱলীকৰণ আৰু প্ৰেৰণাদায়ী মহিলাসকলৰ জীৱন যাত্ৰাৰ প্ৰসংগ উত্থাপন কৰিছিল।
প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰেঃ
“মন কী বাতৰ বিভিন্ন সংস্কৰণত আমি মহিলা সৱলীকৰণ সমাজলৈ সংস্কাৰ কঢ়িয়াই অনা প্ৰেৰণাদায়ী মহিলাসকলৰ জীৱন যাত্ৰাৰ বিষয়ে আলোকপাত কৰিছিলো। মন কী বাতত কিদৰে আমি নাৰী শক্তিৰ জয়গান গাইছিলো, সেয়া প্ৰদৰ্শন কৰি এই ভিডিঅ’টো আগবঢ়োৱা হ’ল।”
***
DS/MS
(ৰিলিজ আই ডি : 1805046)
অতিথি কক্ষ : 200
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam