প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসত বৈজ্ঞানিকসকলক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 28 FEB 2022 9:10AM by PIB Guwahati

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসত বৈজ্ঞানিকসকলক শুভেচ্ছা জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে৷

টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “সকলো বৈজ্ঞানিক আৰু বিজ্ঞানৰ অনুৰাগীক ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ শুভেচ্ছা জনাইছো৷ আহক, আমি সকলোৱে মিলি বিজ্ঞানৰ প্রতি আমাৰ প্ৰতিশ্ৰুতি পূৰণ কৰাৰ লগতে মানৱজাতিৰ উন্নয়নত বিজ্ঞানৰ শক্তিক কামত লগাও।”

***

DS/ST/DB


(रिलीज़ आईडी: 1802543) आगंतुक पटल : 207
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Malayalam , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada