প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
২০২৩ আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ অধিৱেশনৰ আয়োজক হিচাপে ভাৰতক বাছনি কৰাৰ বাবে সন্তোষ প্রকাশ প্রধানমন্ত্রীৰ
পোষ্ট কৰা হৈছে:
19 FEB 2022 6:02PM by PIB Guwahati
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ২০২৩চনত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ অধিৱেশনৰ আয়োজক হিচাপে ভাৰতক বাছনি কৰাৰ বাবে সন্তোষ প্রকাশ কৰিছে৷
প্রধানমন্ত্রীৰ কাৰ্যালয়ে এক টুইটত কয়,“২০২৩ চনত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ অধিৱেশনৰ আয়োজক হিচাপে ভাৰতক বাছনি কৰাৰ কৰাৰ সিদ্ধান্ত অতিশয় আনন্দৰ বিষয়৷ আইঅ’চিৰ এই অধিৱেশন স্মৰণীয় হৈ থাকিব আৰু বিশ্বৰ ক্রীড়াজগতৰ বাবে এক ইতিবাচক বার্তা লৈ আহিব বুলি মই আশাবাদীঃ প্রধানমন্ত্রী@narendramodi
#StrongerTogether"
***
DS/SH/DB
(ৰিলিজ আই ডি : 1800027)
অতিথি কক্ষ : 159
ত এই ৰিলিজটো পঢ়ক:
Marathi
,
Telugu
,
Tamil
,
Kannada
,
Bengali
,
English
,
Urdu
,
हिन्दी
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Malayalam