প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
২৭ ফেব্ৰুৱাৰী, ২০২২ৰ মন কি বাত অনুষ্ঠানৰ বাবে জনসাধাৰণক নিজৰ মতামত ব্যক্ত কৰাৰ আহ্বান প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
13 FEB 2022 3:10PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৭ ফেব্ৰুৱাৰীৰ মন কি বাত অনুষ্ঠানৰ বাবে জনসাধাৰণক নিজৰ মতামত আৰু পৰামৰ্শ ব্যক্ত কৰাৰ উদ্দেশ্যে আহ্বান জনাইছে।
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;
‘এই মাহৰ ২৭ তাৰিখে মন কি বাত সম্প্ৰচাৰিত হ’ব। প্ৰতিবাৰৰ দৰে এইবাৰো মই অনুষ্ঠানৰ বাবে আপোনাৰ পৰামৰ্শ লাভ কৰিবলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছোঁ। আপোনাসৱে মাইগভ নাইবা নমো এপত মতামত লিখি প্ৰেৰণ কৰক নাইবা ১৮০০-১১-৭৮০০ নম্বৰ ডায়েল কৰি আৰু আপোনাৰ বাৰ্তা ৰেকৰ্ড কৰক।’
***
DS/SH/KG
(रिलीज़ आईडी: 1799235)
आगंतुक पटल : 224
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Malayalam
,
Malayalam
,
Tamil
,
Telugu
,
Kannada
,
Marathi
,
Bengali
,
English
,
Urdu
,
हिन्दी
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia