প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে প্ৰখ্যাত শিক্ষাবিদ বাবা ইকবাল সিং জীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে

प्रविष्टि तिथि: 29 JAN 2022 8:49PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰখ্যাত শিক্ষাবিদ বাবা ইকবাল সিং জীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।

এক টুইটত প্ৰধানমন্ত্ৰীয়ে কয়;

"বাবা ইকবাল সিং জীৰ মৃত্যুত মই ব্যথিত হৈছো। যুৱ প্ৰজন্মৰ মাজত শিক্ষাৰ প্ৰসাৰৰ বাবে গ্ৰহণ কৰা প্ৰচেষ্টাৰ বাবে তেওঁ চিৰস্মৰণীয় হৈ ৰ’ব। সামাজিক সৱলীকৰণৰ দিশত তেওঁ নিৰন্তৰভাৱে কাম কৰিছিল। এই শোকৰ সময়ত মই তেওঁৰ পৰিয়াল আৰু অনুগামীসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো। ৱাহেগুৰুৱে তেওঁৰ আত্মাক চিৰশান্তি দিয়ক।"

 

***

DS/SH/MS


(रिलीज़ आईडी: 1793779) आगंतुक पटल : 177
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam