প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
২৬ ডিচেম্বৰ ২০২১ৰ ‘মন কী বাত’-ৰ বাবে নাগৰিকসকলৰ পৰা তেওঁলোকৰ মনৰ ভাব জনোৱাৰ গোঁহাৰি জনাইছে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
18 DEC 2021 10:14AM by PIB Guwahati
২৬ ডিচেম্বৰ ২০২১, দেওবাৰৰ ‘মন কী বাত’-ৰ বাবে নাগৰিকসকলৰ পৰা তেওঁলোকৰ মনৰ ভাব জনাই বাৰ্তা প্ৰেৰণ কৰিবলৈ গোঁহাৰি জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়;
“অহা ২৬ তাৰিখে সম্প্ৰচাৰ হ’বলগীয়া ২০২১ বৰ্ষৰ অন্তিমটো #মন কী বাত-ৰ বাবে মই বহুবোৰ সমল লাভ কৰিছো। এইবোৰ সমলে বিভিন্ন ক্ষেত্ৰৰ লগতে তৃণমূল পৰ্যায়ত পৰিৱৰ্তনৰ সূচনা কৰা বিভিন্ন জন ব্যক্তিৰ জীৱন পৰিক্ৰমা সামৰি লৈছে। আপোনালোকেও আপোনালোকৰ মনৰ ভাব প্ৰেৰণ কৰক”।
***
DS/SH/KB
(रिलीज़ आईडी: 1783393)
आगंतुक पटल : 151
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Tamil
,
Telugu
,
Malayalam
,
Kannada
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia