প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে ইউকেৰ ৰয়েল গ'ল্ড মেডেল ২০২২ৰে সন্মানিত হোৱাত প্ৰসিদ্ধ বাস্তুশিল্পী শ্ৰী বালকৃষ্ণ দোষীক অভিনন্দন জনায়
পোষ্ট কৰা হৈছে:
10 DEC 2021 2:18PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰসিদ্ধ বাস্তুশিল্পী শ্ৰী বালকৃষ্ণ দোষীৰ সৈতে কথা পাতে আৰু তেওঁক ৰয়েল গ'ল্ড মেডেল ২০২২ৰে সন্মানিত হোৱাত অভিনন্দন জনায়।
এটা টুইটত প্ৰধানমন্ত্ৰীয়ে কয়;
"প্ৰসিদ্ধ বাস্তুশিল্পী শ্ৰী বালকৃষ্ণ দোষী জীৰ সৈতে কথা পাতিলো আৰু তেওঁক ৰয়েল গ'ল্ড মেডেল ২০২২ৰে সন্মানিত হোৱাত অভিনন্দন জনাইছো। বাস্তুকলাৰ জগতত তেওঁৰ অৱদান সদায় স্মৰণীয় হৈ থাকিব। নিজৰ সৃষ্টিশীল, বৈশিষ্ট্যপূৰ্ণ আৰু বিচিত্ৰ প্ৰকৃতিৰ বাবে তেওঁৰ কামে বিশ্ব স্তৰত প্ৰশংসা লাভ কৰে।"
***
DS/SH
(ৰিলিজ আই ডি : 1781191)
অতিথি কক্ষ : 152
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam