প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

বিএছএফৰ প্রতিষ্ঠা দিৱসত জোৱানসকলক শুভেচ্ছা প্রধানমন্ত্রীৰ

प्रविष्टि तिथि: 01 DEC 2021 10:13AM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে সীমান্ত সুৰক্ষা বাহিনীৰ (বিএছএফ) প্রতিষ্ঠা দিৱসত জোৱান আৰু তেওঁলোকৰ পৰিয়ালক শুভেচ্ছা জনাইছে।

 

এটা ট্যুইটত প্রধানমন্ত্রীয়ে কৈছে, “প্রতিষ্ঠা দিৱসত @BSF_India পৰিয়ালক শুভেচ্ছা জনাইছো। সাহসিকতা আৰু পেশাদাৰিত্বৰ বাবে বিএছএফে সর্বস্তৰত সন্মান পায়। এই বাহিনীয়ে ভাৰতক নিৰাপদ কৰি তুলিবলৈ গুৰুত্বপূর্ণ অৱদান যোগায় আৰু সঙ্কট তথা দুর্যোগৰ সময়ত মানৱীয় সাহায্যৰ ক্ষেত্ৰতো আগশাৰীত থাকে”।

 

*****

 

DS/SH


(रिलीज़ आईडी: 1779227) आगंतुक पटल : 169
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Malayalam