প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

লাচিত দিৱসত লাচিত বৰফুকনলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

পোষ্ট কৰা হৈছে: 24 NOV 2021 1:46PM by PIB Guwahati

লাচিত দিৱস’ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লাচিত বৰফুকনলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়,

“আজি, ‘লাচিত দিৱস’ত মই বীৰ লাচিত বৰফুকনলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছো। তেওঁক বীৰত্ব, সাহসৰ পথ প্ৰদৰ্শক আৰু বৰ্ণাঢ্য অসমীয়া সংস্কৃতিৰ ৰক্ষক হিচাপে স্মৰণ কৰা হয়। তেওঁ সকলোৰে বাবে সমতা, ন্যায় আৰু মৰ্যাদাৰ আদৰ্শৰ বাবে প্ৰতিবদ্ধ আছিল”।

 

****

DS/SH/KB


(ৰিলিজ আই ডি : 1777624) অতিথি কক্ষ : 148