প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
এল কে আদৱানি জীৰ জন্মদিন উপলক্ষে তেওঁক শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
08 NOV 2021 10:21PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এল কে আদৱানি জীৰ জন্মদিন উপলক্ষে তেওঁক শুভেচ্ছা জ্ঞাপন কৰিছে।
এটি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;
"সন্মানীয় আদৱানি জীক জন্মদিনৰ শুভেচ্ছা জনালো। তেওঁৰ দীৰ্ঘায়ু আৰু সু-স্বাস্থ্যৰ বাবে প্ৰাৰ্থনা কৰিছো। মানৱ সবলীকৰণ আৰু আমাৰ সাংস্কৃতিক গৌৰৱ বৰ্ধনৰ ক্ষেত্ৰত তেওঁৰ সীমাহীন প্ৰচেষ্টাৰ বাবে ৰাষ্ট্ৰখন তেওঁৰ ওচৰত ঋণী হৈ আছে। তেওঁৰ পাণ্ডিত্যপূৰ্ণ সাধনা আৰু সমৃদ্ধ বুদ্ধিমত্তাৰ বাবেও তেওঁ ব্যাপকভাৱে সন্মানীয়।"
*****
DS/SH/SB
(रिलीज़ आईडी: 1771871)
आगंतुक पटल : 174
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam