প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
পোলেণ্ডত অনুষ্ঠিত আইএছএছএফ প্ৰেচিডেন্টছ কাপত পদক জয়ৰ বাবে মনু ভাকেৰ, ৰাহি চাৰ্নোবাট, সৌৰভ চৌধাৰী আৰু অভিষেক বাৰ্মাক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
10 NOV 2021 2:42PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পোলেণ্ডত অনুষ্ঠিত আইএছএছএফ প্ৰেচিডেন্টছ কাপত পদক জয়ৰ বাবে মনু ভাকেৰ, ৰাহি চাৰ্নোবাট, সৌৰভ চৌধাৰী আৰু অভিষেক বাৰ্মাক অভিনন্দন জনাইছে।
এটি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;
"পোলেণ্ডত অনুষ্ঠিত @ISSF_Shooting প্ৰেচিডেণ্টছ কাপত পদক জয়ৰ বাবে @realmanubhaker, @SarnobatRahi, @SChaudhary2002 আৰু @abhishek_70007 ক অভিনন্দন জনাইছো। তেওঁলোকৰ বিস্ময়কৰ প্ৰদৰ্শনক লৈ ভাৰতৰ জনতা গৌৰৱান্বিত। এই খেলুৱৈকেইগৰাকীক তেওঁলোকৰ ভৱিষ্যৎ প্ৰচেষ্টাৰ বাবে শুভেচ্ছা জনালো।"
*****
DS/SH/SB
(रिलीज़ आईडी: 1771870)
आगंतुक पटल : 205
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam