প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

কে. জে আলফোনছে প্ৰধানমন্ত্ৰীক উপহাৰ দিলে তেওঁৰ ‘একচিলিৰেটিং ইণ্ডিয়াঃ মোদী চৰকাৰৰ ৭ বছৰ’ শীৰ্ষক গ্ৰন্থ

प्रविष्टि तिथि: 26 AUG 2021 1:24PM by PIB Guwahati

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী কে জে আলফোনছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁৰ একচিলিৰেটিং ইণ্ডিয়াঃ মোদী চৰকাৰৰ বছৰশীৰ্ষক গ্ৰন্থখনি উপহাৰ হিচাপে প্ৰদান কৰে৷ প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে তেওঁ ভাৰতৰ সংস্কাৰৰ যাত্ৰাৰ বিভিন্ন দিশ তুলি ধৰাৰ প্ৰশংসনীয় প্ৰচেষ্টা হাতত লৈছে৷

টুইটাৰত প্ৰধানমন্ত্ৰীয়ে কয়, মোৰ শ্রদ্ধাৰ সহকর্মী @alphonstourism তেওঁৰ 'একচিলিৰেটিং ণ্ডিয়া' শীৰ্ষক গ্ৰন্থত ভাৰতৰ সংস্কা যাত্রা বিভিন্ন দি তুলি ৰাৰ প্ৰশংসনীয় প্ৰচেষ্টা হাতত লৈছে৷ সেই গ্ৰন্থৰ এটা কপি লাভ কৰি আনন্দিত হৈছো৷

 

****

DS/SH/DB


(रिलीज़ आईडी: 1766837) आगंतुक पटल : 175
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Tamil , Telugu , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Kannada , Malayalam