পোষ্ট কৰা হৈছে:
24 OCT 2021 10:03AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আইটিবিপিৰ প্ৰতিষ্ঠা দিৱসত সকলো জোৱানক শুভেচ্ছা জনাইছে৷
টুইটাৰযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “অৰুণাচল প্ৰদেশৰ ঘন জংঘলৰ পৰা হিমালয়ৰ তুষাৰবৃত শৃংগলৈকে আমাৰ @ITBP_officialৰ সদস্যসকলে দেশৰ আহ্বানত সমৰ্পিত মনোভাৱেৰে সেৱা আগবঢ়াই আহিছে৷ দুৰ্যোগৰ সময়ত তেওঁলোকৰ মানবীয় কাম-কাজ উল্লেখযোগ্য৷ আইটিবিপিৰ প্ৰতিষ্ঠা দিৱসত সকলো জোৱানক শুভেচ্ছা জনাইছো৷”
***
DS/SH/DB