প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

অৰুণাচল প্ৰদেশৰ জীৱন্ত সংস্কৃতিক লৈ উল্লাস প্ৰদৰ্শন প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 30 SEP 2021 3:04PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক শ্ৰী কিৰেন ৰিজিজুৱে চজোলাঙৰ কাজালং গাওঁ ভ্ৰমণৰ সন্দৰ্ভত কৰা এটা টুইটত অৰুণাচল প্ৰদেশৰ প্ৰতিটো সম্প্ৰদায়ৰ মূল কথা হিচাপে মূল লোকগীত আৰু নৃত্যৰ কথা উল্লেখ কৰি টেগ কৰে ৷

প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে

আমাৰ আইন মন্ত্ৰী @KirenRijiju এগৰাকী সুন্দৰ নৃত্যশিল্পী!

অৰুণাচল প্ৰদেশৰ জীৱন্ত আৰু গৌৰৱময় সংস্কৃতি দেখি ভাল লাগিছে..."

 

***

DS/AK/MANN


(रिलीज़ आईडी: 1763840) आगंतुक पटल : 164
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam , Malayalam