প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
১০০% লোকক প্ৰথম পালি প্ৰতিষেধক প্ৰদানৰ সাফল্য অৰ্জন কৰা গোৱাক প্ৰধানমন্ত্ৰীৰ প্ৰশংসা
प्रविष्टि तिथि:
10 SEP 2021 8:48PM by PIB Guwahati
ক’ভিড-১৯ৰ প্ৰথম পালি প্ৰতিষেধক যোগ্যতাসম্পন্ন ১০০% লোকক প্ৰদান কৰিবলৈ সক্ষম হোৱা গোৱাক প্ৰশংসা কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
গোৱাৰ মুখ্যমন্ত্ৰী ড০ প্ৰমোদ সাৱন্তলৈ প্ৰেৰণ কৰা এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “সুন্দৰ নিদৰ্শন গোৱা! আমাৰ চিকিত্সক তথা উদ্ভাৱকসকলৰ আন্তৰিক প্ৰয়াস আৰু সমূহীয়া বিক্ৰমৰ সুবাদত সম্ভৱ হোৱা এয়া উল্লেখনীয় সাফল্য”।
****
DS/SH/KB
(रिलीज़ आईडी: 1754272)
आगंतुक पटल : 176
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam