প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

পেৰালিম্পিক গেমছত স্বৰ্ণ পদক বিজয়ী শ্বুটাৰ মনীষ নাৰৱালক অভিনন্দন জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 04 SEP 2021 10:01AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে টকিঅ’ত অনুষ্ঠিত পেৰালিম্পিক স্বৰ্ণ পদক বিজয়ী শ্বুটাৰ মনীষ নাৰৱালক অভিনন্দন জ্ঞাপন কৰিছে।

 

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

‘টকিঅ’ #Paralympics পেৰালিম্পিকত গৌৰৱময় যাত্ৰা অব্যাহত আছে। অতি প্ৰতিভাশালী যুৱক মনীষ নাৰৱালে অসাধাৰণ ক্ৰীড়া নৈপুণ্য প্ৰদৰ্শন কৰিছে। তেওঁৰ সোণৰ পদক জয় ভাৰতীয় ক্ৰীড়াৰ বাবে এক বিশেষ মুহূৰ্ত। তেওঁক অভিনন্দন জনাইছোঁ।

অনাগত সময়ৰ বাবে তেওঁলৈ শুভকামনা। #Praise4Para।’
 

****

DS/SH/KG


(रिलीज़ आईडी: 1752488) आगंतुक पटल : 217
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam