প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
পেৰাঅলিম্পিক গেমছত ব্ৰঞ্জৰ পদক অৰ্জনৰ বাবে শ্বুটাৰ অৱনী লেখাৰাক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
03 SEP 2021 12:04PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে টকিঅ’ত অনুষ্ঠিত পেৰাঅলিম্পিক গেমছত ব্ৰঞ্জৰ পদক অৰ্জনৰ বাবে শ্বুটাৰ অৱনী লেখাৰাক অভিনন্দন জনাইছে।
এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;
"টকিঅ’ #Paralympics ত অধিক গৌৰৱ অৰ্জন হৈছে। @AvaniLekhara ৰ অসাধাৰণ প্ৰদৰ্শনত উৎফুল্লিত হৈ পৰিছো। ঘৰলৈ ব্ৰঞ্জৰ পদক কঢ়িয়াই অনাৰ বাবে তেওঁক অভিনন্দন জনালো। তেওঁৰ ভৱিষ্যৎ প্ৰচেষ্টাৰ বাবে জনালো অলেখ শুভকামনা। #Praise4Para"
****
DS/SH/SB
(रिलीज़ आईडी: 1752484)
आगंतुक पटल : 199
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam