প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

আজি অভিলেখ সংখ্যক টিকাদানক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 27 AUG 2021 10:41PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অভিলেখ সংখ্যক টিকাদানক প্ৰশংসা কৰে আৰু ১ কোটি অতিক্ৰমক গুৰুত্বপূৰ্ণ কৃতিত্ব বুলি অভিহিত কৰে।

এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

"আজি অভিলেখ সংখ্যক টিকাদান সম্পন্ন হৈছে!

১ কোটি অতিক্ৰম কৰাটো এটি গুৰুত্বপূৰ্ণ কৃতিত্ব। টিকা লাভ কৰা আৰু টিকাদান অভিযানটোক সাফল্যমণ্ডিত কৰি তোলা সকলক লৈ গৌৰৱ অনুভৱ কৰিছো।"

***

DS/SH/SB


(रिलीज़ आईडी: 1750565) आगंतुक पटल : 184
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam