পোষ্ট কৰা হৈছে:
27 AUG 2021 10:41PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অভিলেখ সংখ্যক টিকাদানক প্ৰশংসা কৰে আৰু ১ কোটি অতিক্ৰমক গুৰুত্বপূৰ্ণ কৃতিত্ব বুলি অভিহিত কৰে।
এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;
"আজি অভিলেখ সংখ্যক টিকাদান সম্পন্ন হৈছে!
১ কোটি অতিক্ৰম কৰাটো এটি গুৰুত্বপূৰ্ণ কৃতিত্ব। টিকা লাভ কৰা আৰু টিকাদান অভিযানটোক সাফল্যমণ্ডিত কৰি তোলা সকলক লৈ গৌৰৱ অনুভৱ কৰিছো।"
***
DS/SH/SB