প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

জাইডাছ বিশ্ববিদ্যালয়ৰ বিশ্বৰ প্ৰথম ডিএনএ ভিত্তিক 'জাইকভ-ডি' ভেকচিনৰ অনুমোদন হৈছে ভাৰতীয় বিজ্ঞানীসকলৰ নৱোন্মেষণৰ উৎসাহৰ এক সাক্ষ্যঃ প্ৰধানমন্ত্ৰী

Posted On: 20 AUG 2021 10:07PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে জাইডাছ বিশ্ববিদ্যালয়ৰ বিশ্বৰ প্ৰথম ডিএনএ ভিত্তিক 'জাইকভ-ডি' ভেকচিনৰ অনুমোদন হৈছে ভাৰতীয় বিজ্ঞানসকলৰ নৱোন্মেষণৰ উৎসাহৰ এক সাক্ষ্য।

 

চিডিএছচিঅ' ইণ্ডিয়া ইনফ'ৰ এটা টুইটৰ প্ৰতিক্ৰিয়া কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "ভাৰতে ক'ভিড-১৯ৰ বিৰুদ্ধে পূৰ্ণ সাহসিকতাৰে যুঁজি আছে। @জাইডাছইউনিভাৰ্ছৰ বিশ্বৰ প্ৰথম ডিএনএ ভিত্তিক 'জাইকভ-ডি' ভেকচিনৰ অনুমোদন হৈছে ভাৰতৰ বিজ্ঞানীসকলৰ নৱোন্মেষণৰ উৎসাহৰ প্ৰতি এক সাক্ষ্য। প্ৰকৃতাৰ্থত এক আৱশ্যকীয় অসাধাৰণ কাৰ্য।"

 

****

 

DS/SH



(Release ID: 1748156) Visitor Counter : 138