প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
পাৰ্ছী নৱবৰ্ষ, ‘নৱৰোজ’ উপলক্ষে জনসাধাৰণলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
प्रविष्टि तिथि:
16 AUG 2021 9:34AM by PIB Guwahati
পাৰ্ছীসকলৰ নৱবৰ্ষ, ‘নৱৰোজ’ উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণলৈ শুভ কামনা জ্ঞাপন কৰিছে।
এই সন্দৰ্ভত প্ৰকাশ কৰা এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়,
“পাৰ্ছী নৱবৰ্ষৰ শুভ কামনা জনালো। আনন্দ, সমৃদ্ধি আৰু সু-স্বাস্থ্যৰ কামনাৰে প্ৰাৰ্থনা জনাইছো। পাৰ্ছীসকলে বিভিন্ন ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ কথা ভাৰতে সদায়ে সোঁৱৰণ কৰি যাব।
‘নৱৰোজ মোবাৰক”!
***
DS/SH/KB
(रिलीज़ आईडी: 1746558)
आगंतुक पटल : 228
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam